শেহতীয়া খবৰ
পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে প্ৰয়োজনত ন্যায়ালয়ৰ কাষ চাপিব আছু…

425
  • ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে ন্যায়ালয়ৰ কাষ চাপিব আছু।
  • যিকোনো প্ৰকাৰে এই বিধেয়ক বাতিলৰ বাবে চেষ্টা চলাব সদৌ অসম ছাত্ৰ সন্থাই।
  • প্ৰয়োজনত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আছু নেতৃত্ব।
  • ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাত বাধা দিবলৈ সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে অসমৰ জাতীয় দল-সংগঠনসমূহে।
  • ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণক এই কথা জনালে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি