নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে প্ৰয়োজনত ন্যায়ালয়ৰ কাষ চাপিব আছু…

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে প্ৰয়োজনত ন্যায়ালয়ৰ কাষ চাপিব আছু…
  • ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে ন্যায়ালয়ৰ কাষ চাপিব আছু।
  • যিকোনো প্ৰকাৰে এই বিধেয়ক বাতিলৰ বাবে চেষ্টা চলাব সদৌ অসম ছাত্ৰ সন্থাই।
  • প্ৰয়োজনত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আছু নেতৃত্ব।
  • ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাত বাধা দিবলৈ সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে অসমৰ জাতীয় দল-সংগঠনসমূহে।
  • 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণক এই কথা জনালে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in