শেহতীয়া খবৰ
শান্তি আলোচনালৈ সহাৰি দি মুকলি আকাশৰ তললৈ এনডিএফবি(এছ)ৰ দুধৰ্ষ নেতা বি বিদায়  •  শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ! বিজেপি বিধায়কৰ পদত্যাগ...  •  'জেদ প্লাছ' নিৰাপত্তা হেৰুৱাব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে...  •  অসম-মেঘালয় সীমান্তৰ অয়ডোৱা-বাংগালকাটা কালি মন্দিৰৰ মাটি খন্দাক লৈ উত্তেজনা  •  "কা" বিৰোধী প্ৰতিবাদৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্বৰ আন এক আঁচনি, এইবাৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক দিব মাহে ৭০০কৈ টকা  •  "কা" বিৰোধী প্ৰতিবাদৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্বৰ আন এক আঁচনি, এইবাৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক দিব মাহে ৭০০কৈ টকা  •  বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গোৱালপাৰা আৰু কাবাইতাৰীৰ ৩ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ  •  মন্ত্ৰী পীযুষ হাজৰিকাক ক'লা পতাকা প্ৰদৰ্শন আছুৰ... VIDEO  •  'কা’ আমাৰ প্ৰতিশ্ৰুতি আছিল, আৰু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঃ ৰাজনাথ সিং  •  উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ৰ বৰপথাৰ পৰিদৰ্শন

আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কত…

605
  • বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কত।
  • কেবিনেটে অনুমোদন জনোৱাৰ পিছতে ৯ আৰু ১০ ডিচেম্বৰত লোকসভা আৰু ৰাজ্যসভাত গৃহীত কৰিব বিধেয়কখন।
  • দিল্লীত এই কথা সদৰি কৰিলে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • অসমৰ জনতা, দল–সংগঠনৰ প্ৰতিবাদকো আওকাণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় চৰকাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি