আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কত…

আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কত…
  • বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কত।
  • কেবিনেটে অনুমোদন জনোৱাৰ পিছতে ৯ আৰু ১০ ডিচেম্বৰত লোকসভা আৰু ৰাজ্যসভাত গৃহীত কৰিব বিধেয়কখন।
  • দিল্লীত এই কথা সদৰি কৰিলে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • অসমৰ জনতা, দল–সংগঠনৰ প্ৰতিবাদকো আওকাণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় চৰকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in