শেহতীয়া খবৰ
ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ সন্দৰ্ভত চিআইএছএফৰ নতুন গাইডলাইন…

106

ডিজিটেল ডেস্কঃ চিআইএছএফৰ বিষয়া-কৰ্মচাৰীসকলে ব্যৱহাৰ কৰা ছ’চিয়েল মিডিয়াৰ সকলো একাউণ্টৰ সন্দৰ্ভত নতুন গাইডলাইন জাৰি কৰা হৈছে। ৩১ জুলাইত দিয়া এই গাইডলাইন অনুসৰি- টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবকে ধৰি যিবোৰ একাউণ্টত চিআইএছএফৰ কৰ্মীয়ে খুলি ৰখা একাউণ্টসমূহ বন্ধ কৰিব লাগিব।

লগতে গাইলাইনত লিখা আছে যে, যদি কোনো চিআইএছএফৰ জোৱানে ছ’চিয়েল মিডিয়াত নতুনকৈ একাউণ্ট খুলিব বিচাৰে বা পুৰণি আই ডি সলনি কৰিব বিচাৰে তেন্তে তেওঁলোকে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক জনাব লাগিব। তদুপৰি কোনো জোৱানে ভুৱা নাম ব্যৱহাৰ কৰিও খুলিব নোৱাৰিব কোনো ছ’চিয়েল মিডিয়াৰ একাউণ্ট।

অনলাইন প্লেটফৰ্ম অৰ্থাৎ ছ’চিয়েল মিডিয়াত থকা একাউণ্টৰ জৰিয়তে কোনো চৰকাৰী বিষয়ক লৈ সমালোচনা কৰিব নোৱাৰিব। তদুপৰি টুইটাৰ, ফেচবুক আদিত কোনো ধৰণৰ বিভাগৰ বিৰুদ্ধে আপত্তিও কৰিব নোৱাৰিব চিআইএছএফৰ জোৱানসকলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি