চিবিআইৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাই চিদাম্বৰমেঃ আদালতক জনালে অধিবক্তাই

চিবিআইৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাই চিদাম্বৰমেঃ আদালতক জনালে অধিবক্তাই
  • চিবিআইৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন চলিছিটৰ জেনেৰেল তুষাৰ মেহতাৰ।
  • আইএনএক্সৰ হৈ চিদাম্বৰমৰ পুত্ৰ কীৰ্তি চিদাম্বৰমে লৈছিল আইএনএক্স মিডিয়াৰ পৰা ধন।
  • চিদাম্বৰমৰ হৈ ওকালতি কৰিব কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে।
  • চলিছিটৰ জেনেৰেলে আদালতক জনাইছে তদন্তত সহায় কৰা নাই চিদাম্বৰমে।
  • চিবিআইৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • ৫ দিনৰ জিম্মাত বিচাৰিছে চিবিআইয়ে চিদাম্বৰমক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in