পৰাগ ভূঞাৰ মৃত্যুঃ চিআইডিয়ে কৰিব তদন্ত…

পৰাগ ভূঞাৰ মৃত্যুঃ চিআইডিয়ে কৰিব তদন্ত…
  • জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ ভাৰ চি আই ডিয়ে কৰিব।
  • চিআইডিক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷
  • কি পৰিস্থিতিত সাংবাদিক গৰাকীয়ে মৃত্যুবৰণ কৰিলে এই সমগ্ৰ ঘটনাৰাজি চি আই ডিয়ে পুংখানুপুংখভাৱে তদন্ত কৰিব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in