২৭ বছৰ বয়সতে মৃত্যু বলিউদ অভিনেতা মোহিত বাঘেলৰ…

২৭ বছৰ বয়সতে মৃত্যু বলিউদ অভিনেতা মোহিত বাঘেলৰ…
  • বলিউদ অভিনেতা মোহিত বাঘেলৰ মৃত্যু।
  • ২৭ বছৰ বয়সত মৃত্যু হয় বাঘেলৰ।
  • দীৰ্ঘদিনৰ পৰা কেন্সাৰৰ সৈতে যুঁজি আছিল অভিনেতাজনে।
  • কমেডি চৰিত্ৰৰে দৰ্শক মাজত সুকীয়া আসন দখল কৰিছিল বাঘেলে।
  • চলমান খানৰ লগতে বলিউদৰ বহু অভিনেতা-অভিনেত্ৰীৰ সৈতে কাম কৰিছিল বাঘেলে।
  • ৰেডী, জবৰিয়া জ'ৰি ছবিত তেওঁৰ কমেডি চৰিত্ৰত অভিনয়ত সকলোৱে শলাগ লৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in