চিত্তৰঞ্জন বসুমতাৰীয়ে ত্যাগ কৰিলে অসম জাতীয় পৰিষদ…

চিত্তৰঞ্জন বসুমতাৰীয়ে ত্যাগ কৰিলে অসম জাতীয় পৰিষদ…

  • অসম জাতীয় পৰিষদত মোক্ষম আঘাত।
  • সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ দল ত্যাগ।
  • দলৰ প্রতিষ্ঠাকালৰ অন্যতম গুৰি ধৰোতা আছিল বসুমতাৰী।
  • ২০২১ত ধেমাজি সমষ্টিত অসম জাতীয় পৰিষদৰ প্রাৰ্থী আছিল বসুমতাৰী।
  • ধেমাজিত দ্বিতীয় স্থান লাভ কৰি পৰাজিত হৈছিল বসুমতাৰী।
  • অজাপৰ প্রাৰ্থীৰ ভিতৰত সৰ্বাধিক ভোট পোৱা ব্যক্তি আছিল তেওঁ।
  • মাজুলীৰ উপ-নিৰ্বাচনতো বিৰোধীৰ সন্মিলিত প্রাৰ্থী আছিল তেওঁ।
  • আজি দলৰ সভাপতিলৈ পদত্যাগ পত্র প্রেৰণ নেতাজনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in