কাঠমাণ্ডুত উপস্থিত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং…

কাঠমাণ্ডুত উপস্থিত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং…
  • নেপালত উপস্থিত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং।
  • নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ বিমান বন্দৰত চীনৰ ৰাষ্ট্ৰপতিগৰাকীক জনোৱা হয় উষ্ম আদৰণি।
  • নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে জিনপিঙক উষ্ম আদৰণি জনায়।
  • উল্লেখ্য যে, ভাৰত ভ্ৰমণ সামৰিয়েই পোনে পোনে নেপাললৈ ৰাওনা হৈছিল চীনৰ ৰাষ্ট্ৰপতিগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in