চন্দ্ৰ অভিমুখে চীনৰ ৰবটিক মহাকাশযান…

চন্দ্ৰ অভিমুখে চীনৰ ৰবটিক মহাকাশযান…

ডিজিটেল ডেস্কঃ কেইবাটাও দশকৰ বিৰতিত এখন মহাকাশযানক উদ্বোধন কৰে ড্ৰেগনৰ দেশ চীনে। এই মহাকাশযান খনে চন্দ্ৰৰ শিল আৰু মাটিৰ নমুনা সংগ্ৰহ কৰিব। বহু দশকৰ পিছত বেইজিঙে ৰূপায়ন কৰিব খোজা এইখন এনে ধৰণৰ প্ৰথম মহাকাশ অভিযান।

মংগলবাৰে চীনে চন্দ্ৰলৈ এই মহাকাশযানখন প্ৰেৰণ কৰে আৰু ই শিলৰ নমুনা সংগ্ৰহ কৰি পুণৰ পৃথিৱীলৈ ঘূৰি আহিব। উল্লেখ্য যে চেঙচ-৫ নামৰ এই মহাকাশযান খন চীনৰ আটাইতকৈ ডাঙৰ মহাকাশ সৰৱৰাহকাৰী যান মাৰ্য-৫ ৰ জৰিয়তে চন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in