শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

চন্দ্ৰ অভিমুখে চীনৰ ৰবটিক মহাকাশযান…

91

ডিজিটেল ডেস্কঃ কেইবাটাও দশকৰ বিৰতিত এখন মহাকাশযানক উদ্বোধন কৰে ড্ৰেগনৰ দেশ চীনে। এই মহাকাশযান খনে চন্দ্ৰৰ শিল আৰু মাটিৰ নমুনা সংগ্ৰহ কৰিব। বহু দশকৰ পিছত বেইজিঙে ৰূপায়ন কৰিব খোজা এইখন এনে ধৰণৰ প্ৰথম মহাকাশ অভিযান।

মংগলবাৰে চীনে চন্দ্ৰলৈ এই মহাকাশযানখন প্ৰেৰণ কৰে আৰু ই শিলৰ নমুনা সংগ্ৰহ কৰি পুণৰ পৃথিৱীলৈ ঘূৰি আহিব। উল্লেখ্য যে চেঙচ-৫ নামৰ এই মহাকাশযান খন চীনৰ আটাইতকৈ ডাঙৰ মহাকাশ সৰৱৰাহকাৰী যান মাৰ্য-৫ ৰ জৰিয়তে চন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি