টকিঅ’ অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ কোনে লাভ কৰিলে? চাওক..

টকিঅ’ অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ কোনে লাভ কৰিলে? চাওক..
  • টকিঅ' অলিম্পিকত প্ৰথমটো স্বৰ্ণ জয় কৰিলে চীনে।
  • মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত এই পদক লাভ কৰিছে চীনে।
  • চীনৰ য়াং কিয়ানে লাভ কৰিছে টকিঅ' অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ পদক।
  • ৰাছিয়াৰ এনাষ্টিচিয়া গেলেচিনাক পৰাস্ত কৰি য়াং কিয়ানে লাভ কৰিছে এই পদক।
  • আনহাতে ৰাছিয়াৰ এনাষ্টিতিয়া গেলেচিনাই ৰূপ আৰু ছুইজাৰলেণ্ডৰ নিনা ক্ৰিষ্টিনে লাভ কৰিছে ব্ৰঞ্জৰ পদক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in