শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

চীনত কোৰোনা ভাইৰাছতকৈও ভয়ানক ভাইৰাছৰ উৎপত্তি…

1,595

ডিজিটেল ডেস্কঃ চীনৰ য়ুহানত উৎপত্তি হোৱা কোৰোনা ভাইৰাছৰ আতংক বিশ্বজুৰি মাৰ নাযাওঁতেই চীনত এইবাৰ উৎপত্তি হৈছে আন এক মাৰাত্মক ভাইৰাছ। এই নতুন ভাইৰাছৰ ফলত চীনত ইতিমধ্যে সাত জনৰ লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭০জনকৈ লোক গুৰুতৰ ভাৱে অসুস্থ হৈছে বুলি জানিব পৰা গৈছে।

চীনত দেখা পোৱা এই নতুন ভাইৰাছে অতি কম সময়ৰ ভিতৰতে এজন মানুহৰ শৰীৰৰ পৰা আন এজন মানুহৰ শৰীৰলৈ বিয়পিব পাৰে। ৬ আগষ্টলৈকে চীনত এই নতুন ভাইৰাছে প্ৰাণ ল’লে ছয়জন লোকৰ।

চীনৰ সংবাদমাধ্যমে এই নতুন ভাইৰাছৰ নামাকৰণ কৰিছে এছ এফ টি এছ নামেৰে। এই ভাইৰাছ এবিধ বিশেষ কীটৰ দ্বাৰা সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে চীনত এনে বহু মাৰাত্মক ভাইৰাছ আছে যি মানৱ জাতিৰ বাবে অতিকৈ ভয়ংকৰ ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি