ভূমিকম্পই জোকাৰিলে চীনক, নিহত ১১

ভূমিকম্পই জোকাৰিলে চীনক, নিহত ১১
  • ভূমিকম্পই জোকাৰি গল চীনক।
  • চীনৰ ছিচুৱান প্ৰান্তত সোমবাৰে নিশা আৰু মঙলবাৰে পুৱা দুটাকৈ শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত।
  • ভূমিকম্পৰ ফলত ১১ গৰাকী লোকৰ প্ৰাণহানিৰ লগতে আন ১২২ গৰাকী লোক আহত।
  • চীন ভূমিকম্প কেন্দ্ৰ(CENC)ৰ অনুসৰি ৰিখটাৰ স্কেলত প্ৰথমটো ভূমিকম্পৰ প্ৰাৱল্য ৬.০
  • সোমবাৰে নিশা স্থানীয় সময়নুসৰি ১০.৫৫ বজাত ইবিন চহৰৰ চাংগিংগ এলেকাত অনুভূত হয়।
  • মঙলবাৰে পুৱা অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.৩।
  • বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।
  • নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in