শেহতীয়া খবৰ
কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...

চীনত কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ১৭৭০ জনলৈ বৃদ্ধি…

204
  • চীনত কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি।
  • ১৭৭০ জনলৈ বৃদ্ধি মৃত্যু হোৱা লোকৰ সংখ্যা।
  • হুবেইত পুনৰ ১০০ গৰাকী লোকৰ মৃত্যু।
  • মুঠ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭০,৫৪৮ গৰাকী।
  • চীনত নতুনকৈ ২,০৪৮ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা জানিব পৰা গৈছে।
  • ইয়াৰে ১,৯৩৩ গৰাকী লোকৰ হুবেইৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি