চীনত কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ১৭৭০ জনলৈ বৃদ্ধি…

চীনত কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ১৭৭০ জনলৈ বৃদ্ধি…
  • চীনত কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি।
  • ১৭৭০ জনলৈ বৃদ্ধি মৃত্যু হোৱা লোকৰ সংখ্যা।
  • হুবেইত পুনৰ ১০০ গৰাকী লোকৰ মৃত্যু।
  • মুঠ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭০,৫৪৮ গৰাকী।
  • চীনত নতুনকৈ ২,০৪৮ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা জানিব পৰা গৈছে।
  • ইয়াৰে ১,৯৩৩ গৰাকী লোকৰ হুবেইৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in