সীমা বিবাদক লৈ কি ক’লে চীনে…

সীমা বিবাদক লৈ কি ক’লে চীনে…

ডিজিটেল ডেস্কঃ ভাৰত আৰু চীনৰ সীমা বিবাদক লৈ চীনে অভিযোগ উত্থাপন কৰিছে যে, ২৯-৩০ আগষ্টত পূব লাডাখত ভাৰতীয় সেনা বাহিনীয়ে অবৈধভাৱে এলএচিত প্ৰৱেশ কৰিছিল। ভাৰতে এই সন্দৰ্ভত চীনৰ কৰা তদন্তৰ স্থিতি সলনি ৰাৰ বাবে চেষ্টা চলাইছে। মাস্ক'ত দুয়োখন দেশৰ মন্ত্ৰী পৰ্যায়ত হোৱা এক বৈঠকৰ পাছত চীনে কৰে এই মন্তব্য।

অৱশ্যে এই মন্তব্যক লৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ভাৰতে। ইফালে, এলএচিত অবৈধ ভাৱে প্ৰৱেশ কৰা সন্দৰ্ভত ভাৰতীয় সেই পূৰ্বতে মন্তব্য কৰিছিল যে, চীনৰ সেনাইহে অবৈধভাৱে পাৰ কৰিছিল এলএচি। আৰু চীনা সেনাই শূন্যলৈ কৰিছিল গুলীবৰ্ষণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in