শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

সীমা বিবাদক লৈ কি ক’লে চীনে…

316

ডিজিটেল ডেস্কঃ ভাৰত আৰু চীনৰ সীমা বিবাদক লৈ চীনে অভিযোগ উত্থাপন কৰিছে যে, ২৯-৩০ আগষ্টত পূব লাডাখত ভাৰতীয় সেনা বাহিনীয়ে অবৈধভাৱে এলএচিত প্ৰৱেশ কৰিছিল। ভাৰতে এই সন্দৰ্ভত চীনৰ কৰা তদন্তৰ স্থিতি সলনি ৰাৰ বাবে চেষ্টা চলাইছে। মাস্ক’ত দুয়োখন দেশৰ মন্ত্ৰী পৰ্যায়ত হোৱা এক বৈঠকৰ পাছত চীনে কৰে এই মন্তব্য।

অৱশ্যে এই মন্তব্যক লৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ভাৰতে। ইফালে, এলএচিত অবৈধ ভাৱে প্ৰৱেশ কৰা সন্দৰ্ভত ভাৰতীয় সেই পূৰ্বতে মন্তব্য কৰিছিল যে, চীনৰ সেনাইহে অবৈধভাৱে পাৰ কৰিছিল এলএচি। আৰু চীনা সেনাই শূন্যলৈ কৰিছিল গুলীবৰ্ষণ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি