মহানগৰীত চাইল্ড লাইনৰ অভিযান, উদ্ধাৰ ১১ শিশু শ্ৰমিক

মহানগৰীত চাইল্ড লাইনৰ অভিযান, উদ্ধাৰ ১১ শিশু শ্ৰমিক

  • সোমবাৰে মহানগৰীত চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ ১১জন শিশু শ্ৰমিক।
  • মহানগৰ জিলা প্ৰশাসনৰ সহযোগত চাইল্ড লাইনে ভৰলুমুখত উদ্ধাৰ কৰে শিশু শ্ৰমিক কেইজনক।
  • জিলা শিশু সুৰক্ষা সমিতিক চমজাই দিয়ে শিশু শ্ৰমিক কেইজনক।
  • বৰ্তমানলৈকে গুৱাহাটীত হোৱা আটাইতকৈ বৃহৎ শিশু শ্ৰমিক বিৰোধী অভিযান।
  • শ্ৰম বিভাগে শিশু শ্ৰমিক কেইজনক ব্যৱহাৰ কৰি থকা মানুহজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in