দক্ষিণ কামৰূপত শিশুৰ সলিল সমাধি

দক্ষিণ কামৰূপত শিশুৰ সলিল সমাধি
  • দক্ষিণ কামৰূপত অঘটন।
  • সোণতলীত দুবছৰীয়া শিশুৰ সলিল সমাধি।
  • পুখুৰীত পৰি মৃত্যু ঘটিল দুবছৰীয়া শিশুটিৰ।
  • শিশুটোৰ নাম ওজাৱিবুল হক।
  • সোণতলীৰ জাওকাটাদিয়াত ঘৰ শিশুটোৰ।
  • স্থানীয়লোকে পুখুৰীৰ পৰা উদ্ধাৰ কৰে শিশুটি।
  • অঞ্চলটোত নামিছে শোকৰ বন্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in