খেলি থকা অৱস্থাত বাঢ়নী পানীত পৰি মৃত্যু ২ শিশুৰ…

খেলি থকা অৱস্থাত বাঢ়নী পানীত পৰি মৃত্যু ২ শিশুৰ…
  • মহানগৰীৰ বোন্দাৰ খেৰবাৰীত শোকাৱহ ঘটনা।
  • সোমবাৰে সংঘটিত হয় এই ঘটনা।
  • খেলি থকা অৱস্থাত ব্রহ্মপুত্রৰ বাঢ়নী পানীত পৰি মৃত্যু দুটি শিশুৰ।
  • মৃত শিশু দুটিৰ নাম আলফাজ উদ্দিন, জিয়াৰোল আলী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in