শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

শিশুৰ বাবে ক’ভিড ভেকচিনঃ দ্বিতীয় আৰু তৃতীয় ট্ৰায়েলৰ বাবে অনুমতি প্ৰদান চৰকাৰৰ

  • অচিৰেই দেশত উপলব্ধ হোৱাৰ পথত শিশুক দিব পৰা ক’ভিড ভেকচিন।
  • প্ৰথম পৰ্যায়ৰ ট্ৰায়েল ইতিমধ্যে সম্পন্ন হৈছে।
  • দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ বাবে স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰিছে।
  • বায়লজিকেল ই লিমিটেডক এই অনুমতি প্ৰদান কৰা হৈছে।
  • ৫ বছৰৰ পৰা ওপৰৰ শিশুৰ বাবে প্ৰস্তুত কৰা হৈছে এই ভেকচিন।
  • এই ভেকচিন উপলব্ধ হ’লে তলৰ শ্ৰেণীৰ বিদ্যালয়সমূহৰ পাঠ দান কৰাত প্ৰতিবন্ধকতা আঁতৰ হ’ব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি