শিশুৰ বাবে ক’ভিড ভেকচিনঃ দ্বিতীয় আৰু তৃতীয় ট্ৰায়েলৰ বাবে অনুমতি প্ৰদান চৰকাৰৰ

শিশুৰ বাবে ক’ভিড ভেকচিনঃ দ্বিতীয় আৰু তৃতীয় ট্ৰায়েলৰ বাবে অনুমতি প্ৰদান চৰকাৰৰ
  • অচিৰেই দেশত উপলব্ধ হোৱাৰ পথত শিশুক দিব পৰা ক'ভিড ভেকচিন।
  • প্ৰথম পৰ্যায়ৰ ট্ৰায়েল ইতিমধ্যে সম্পন্ন হৈছে।
  • দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ বাবে স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰিছে।
  • বায়লজিকেল ই লিমিটেডক এই অনুমতি প্ৰদান কৰা হৈছে।
  • ৫ বছৰৰ পৰা ওপৰৰ শিশুৰ বাবে প্ৰস্তুত কৰা হৈছে এই ভেকচিন।
  • এই ভেকচিন উপলব্ধ হ'লে তলৰ শ্ৰেণীৰ বিদ্যালয়সমূহৰ পাঠ দান কৰাত প্ৰতিবন্ধকতা আঁতৰ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in