শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল’লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে…

34

ডিজিটেল ডেস্কঃ মহা নৱমীৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গা মাৰ আৰ্শীবাদ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। চাবুৱাৰ মুলুক গাঁৱৰ পূজাস্থলীত উপস্থিত হৈ মূখ্যমন্ত্ৰী গৰাকীয়ে ৰোমন্থন কৰিলে শৈশৱৰ স্মৃতি। মালিগাঁও ৰেষ্টকেম্প কালীবাৰী পূজাস্থলীতো পূজা অৰ্চনা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। ডিব্ৰুগড়ৰ পৰা পোনে ৰেষ্টকেম্পলৈ আহি অঞ্জলি অৰ্পন কৰে সোণোৱালে।

অন্যহাতে মুখ্যমন্ত্রী গৰাকীয়ে শিলপুখুৰীৰ ৰাজহুৱা নামঘৰৰ ৭৭ সংখ্যক দুৰ্গা পূজাস্থলীত উপস্থিত হৈয়ো দুৰ্গা মাৰ আশীষ ল’লে।কালীবাৰী পূজাস্থলীত উপস্থিত হৈ তেওঁ ৰাজ্যবাসীক কভিডৰ নীতি নিৰ্দেশনা মানি পূজা অৰ্চনা কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ মা দুৰ্গাই অশুভ শক্তি নাশ কৰি সদায় শুভ শক্তি উদয় কৰে আৰু কৰিব বুলি মন্তব্য কৰে। এই সময়ছোৱাত তেওঁক সংগ দিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি