সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত  উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
  • সাদিন – প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
  • মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ লোৱাৰ পিছতে মঙলবাৰে ৰাতিপুৱা জয়ন্ত বৰুৱাৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ শৰ্মা ।
  • জয়ন্ত বৰুৱাৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
  • সোমবাৰে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিছিল ড০ শৰ্মাই ।
  • কেবিনেট মন্ত্ৰী অশোক সিংঘালো উপস্থিত থাকে মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে ।
  • সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক সাক্ষাৎ কৰাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- মই তেওঁৰ পৰা আশীষ ল'লো। গান্ধীবস্তিত আমি সৰুৰে পৰা একেলগে ডাঙৰ হৈছো।
  • ইফালে, জয়ন্ত বৰুৱাই কয়- আমি গান্ধীবস্তিত ডাঙৰ হৈছো। বহু পুৰণি স্মৃতি আছে। এসময়ত আমাৰ দুয়োখন ঘৰ এখন ঘৰৰ দৰেই আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in