দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
  • বৃহস্পতিবাৰে সন্ধিয়াভাগত নতুন দিল্লীত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা
  • কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোচীৰ চৰকাৰী বাসভৱনলৈ মুখ্যমন্ত্রী ড০ শৰ্মা।
  • বিজেপিৰ মনোনিত ৰাষ্ট্ৰপতি প্রাৰ্থীগৰাকীৰ সমৰ্থনত স্বাক্ষৰ কৰিব মুখ্যমন্ত্রীয়ে।
  • উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে এন ডি এৰ সাংসদসকলে ভোটধিকাৰ সাব্যস্ত কৰিছে।
  • ভোটাধিকাৰ সাব্যস্ত কৰি পুনৰ অসমলৈ উভটিব মুখ্যমন্ত্ৰীগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in