ছত্তীশগড়ত নক্সালৰ আক্ৰমন, ৩ জন জোৱান শ্বহীদ…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত নক্সালৰ আক্ৰমন ।
  • নক্সালে উৰুৱাই দিয়ে এখন জোৱান ভৰ্তি বাছ ।
  • এই বিস্ফোৰণৰ ফলত বৰ্তমানলৈ তিনিজন জোৱান শ্বহীদ হয় ।
  • এই বিস্ফোৰণৰ ফলত প্ৰায় ৬ গৰাকী জোৱান আহত হয় ।
  • ছত্তীশগড়ৰ ধৌদাই আৰু পলেনাৰৰ মাজত সংঘটিত হৈছে এই আক্ৰমন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in