বৃদ্ধি হৈছে কোভিড আক্ৰান্তৰ সংখ্যা : তিনি জিলাত লকডাউন ঘোষণা…

বৃদ্ধি হৈছে কোভিড আক্ৰান্তৰ সংখ্যা : তিনি জিলাত লকডাউন ঘোষণা…
  • ছত্তীশগড়ত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন ।
  • কোৰোনাৰ সংক্ৰমন বৃদ্ধিৰ বাবে তিনিখন জিলাত লকডাউনৰ সিদ্ধান্ত লৈছে ছত্তীশগড় চৰকাৰে ।
  • বিলাসপুৰ, সৰগুজা আৰু সুৰজপুৰ জিলাত ঘোষণা কৰা হৈছে লকডাউন ।
  • বিলাসপুৰত ১৪ এপ্ৰিলৰ লকডাউন ঘোষণা কৰা হৈছে ।
  • সৰগুজা আৰু সুৰজপুৰত ১৩ এপ্ৰিলৰ পৰা লকডাউন ঘোষণা কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in