শেহতীয়া খবৰ
ভাল খবৰঃ ভাৰতত কোৰোনাত আক্ৰান্ত ১০২ গৰাকী লোক হৈছে আৰোগ্য…  •  মুম্বাইত আৱদ্ধ কাছাৰৰ ১০ গৰাকী তীৰ্থযাত্ৰী...  •  বিক্ৰী বন্ধঃ মহানগৰীৰ ৰাজপথত ব্ৰয়লাৰ, VIDEO  •  লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...

বাম্পাৰ অপেনিংঃ প্ৰথম দিনাই ‘ছপাক’ৰ উপাৰ্জন…

851
  • বিৰ্তকৰ পাছতো দীপিকাৰ ছবি ছপাক’ক আদৰি লৈছে দৰ্শকে।
  • মুক্তিৰ প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰিলে ৪.৭৭ কোটি টকা।
  • বাজেটলৈ চাই সমীক্ষকসকলে ছপাক ছুপাৰহিট হোৱাৰ ইংগিত প্ৰদান কৰিছে।
  • উল্লেখ্য যে, এছিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালা নামৰ এগৰাকী যুৱতীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছপাক।
  • ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি