বাম্পাৰ অপেনিংঃ প্ৰথম দিনাই ‘ছপাক’ৰ উপাৰ্জন…

বাম্পাৰ অপেনিংঃ  প্ৰথম দিনাই ‘ছপাক’ৰ উপাৰ্জন…
  • বিৰ্তকৰ পাছতো দীপিকাৰ ছবি ছপাক'ক আদৰি লৈছে দৰ্শকে।
  • মুক্তিৰ প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰিলে ৪.৭৭ কোটি টকা।
  • বাজেটলৈ চাই সমীক্ষকসকলে ছপাক ছুপাৰহিট হোৱাৰ ইংগিত প্ৰদান কৰিছে।
  • উল্লেখ্য যে, এছিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালা নামৰ এগৰাকী যুৱতীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছপাক।
  • ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in