তামিলনাডুৰ চেন্নাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ…

তামিলনাডুৰ চেন্নাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ…
  • তামিলনাডুৰ চেন্নাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
  • শনিবাৰে এম আৰ জি চেন্নাই ৰে'লৱে ষ্টেছনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক জনতাই।
  • বাওপন্থী দলৰ নেতৃত্বত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।
  • প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবলৈ আৰক্ষীৰ লাঠিচালনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in