চেন্নাইত মুকলি অসম ভৱন

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • চেন্নাইত থকা অসমীয়াসকলৰ বাবে সুখবৰ।
  • চেন্নাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে অসম ভৱন।
  • ভৱনটো মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয়- চেন্নাইত থকা অসমীয়াসকলৰ বাবে আজিৰ দিনটো অতিকে গুৰুত্বপূৰ্ণ।
  • "অসম ভৱন এটা গৃহ নহয়, এইখন এখন সেতু"
  • অসম ভৱনটো অসমৰ ৰাইজৰ বাবে উৎসৰ্গা মুখ্যমন্ত্ৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in