শেহতীয়া খবৰ
কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া

লকডাউনঃ ম্লান পৰিছে ৰঙালী বিহুৰ উছাহ, জাতি-ধৰ্ম নিৰ্বিশেষে ঘৰতেই উদযাপন বিহু,VIDEO

258

ডিজিটেল সংবাদ, চেঙাঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ বাবে এইবাৰ ৰঙালী বিহুৰ আনন্দ ম্লান হৈ পৰিছে যদিও জাতি-ধৰ্ম নিৰ্বিশেষে হেঁপাহৰ ৰঙালী বিহুটিত যেন এপাক ননচাকৈ থাকিব নোৱাৰে অসমীয়াই। বৰপেটা জিলাৰ সৰ্থেবাৰীৰ মাজদিয়াতো দেখা গ’ল বিহুৰ পৰিবেশ।

মাহফুজা বিলকিছ, ফাৰিফা ইয়াছমিন আৰু মিজানুল হকে চোতালতে এপাক নাচি আনন্দ উছাহত বিলীন হৈছে। জাতি-ধৰ্ম নিৰ্বিশেষে পৰম্পৰা ৰক্ষা কৰি এইবাৰ উদযাপিত হৈছে ৰঙালী বিহু। ঘৰত থাকিয়ে সামাজিক দূৰত্ব বজাই ৰাখি আটাইয়ে উদযাপন কৰিছে বিহু।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি