জম্মু-কাশ্মীৰৰ ৰাজৌৰী চেক্টৰত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন, সামান্যভাৱে আহত ২ ভাৰতীয় জোৱান

  • জম্মু-কাশ্মীৰৰ ৰাজৌৰী চেক্টৰত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন।
  • সন্ধিয়া ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীচালনা কৰে পাক সেনাই।
  • পাক সেনাৰ গুলীবৰ্ষণত ২গৰাকী ভাৰতীয় সেনা জোৱান সামান্যভাৱে আহত বুলি সেনাৰ এক সূত্ৰত প্ৰকাশ।
  • পাকিস্তানক সেনাক গুলীবৰ্ষণৰ প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাইয়ো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in