জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ…

জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ…
  • জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজাউৰি জিলাত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।
  • শুকুৰবাৰে পুৱা কৃষ্ণ ঘাটি চেক্টৰ আৰু নৌচেৰা চেক্টৰত গুলীবৰ্ষণ পাক সেনাৰ।
  • লঘু মৰাণাস্ত্ৰৰে গুলী বৰ্ষণ কৰে পাকিস্তানী সেনাই।
  • পাক সেনাক উচিত প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাইও।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in