কোকৰাঝাৰ আৰু ধুবুৰীলৈ যোৱাৰ পূৰ্বে চাই লওঁক এই খবৰ…

কোকৰাঝাৰ আৰু ধুবুৰীলৈ যোৱাৰ পূৰ্বে চাই লওঁক এই খবৰ…

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পৰা কোকৰাঝাৰ, ধুবুৰীলৈ যোৱা লোকসকলৰ বাবে বিশেষ নিৰ্দেশনা। যিসকল লোকে গোৱালপাৰা হৈ কোকৰাঝাৰ আৰু ধুবুৰীলৈ ভ্ৰমণ কৰে তেওঁলোকক যোগীঘোপাৰ কাষৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিহাৰ কৰিবলৈ কোৱা হৈছে। যাত্ৰীসকলক এই পথৰ পৰিৱৰ্তে উত্তৰ পাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in