শেহতীয়া খবৰ
'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প  •  মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখত বলীউডৰ প্ৰশংসা...  •  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প  •  গুজৰাটৰ মোটেৰা ষ্টেডিয়ামত উপস্থিত ডোনাল্ড ট্ৰাম্প আৰু মেনালীয়া ট্ৰাম্প

চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ…

452

ডিজিটেল ডেস্কঃ ২৬ আগষ্টলৈ চিবিআইৰ জিম্মাত থাকিব প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰাম। চিবিআই বিশেষ আদালতে চিবিআইয়ে দিয়া আৱেদনৰ অনুমতি জনোৱাৰ পাছত চিদাম্বৰামক জিম্মাত লোৱা হয়। চিবিআইয়ে চিদাম্বৰামক জিম্মাত লোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘলে।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘পি চিদাম্বৰামে যোৱা বহুদিনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ৰাজনীতি আৰু অসফলতাসমূহক সমালোচনা কৰি আহিছিল। আৰু চৰকাৰ তেওঁৰ এই সমালোচনাৰ সন্মুখীন হ’ব নোৱাৰে। সেয়েহে চৰকাৰক সমালোচনা কৰা সকলৰ ওপৰত এনেদৰে হেঁচা প্ৰয়োগ কৰিছে তেওঁলোকে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি