ছত্তীশগড়ত নিৰাপত্তীৰক্ষীৰ গুলীত নিহত ৫ মাওবাদী…

  • ছত্তীশগড়ৰ নাৰায়ণপুৰত আবুজমাৰাহত মাওবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
  • সংঘৰ্ষত নিহত ৫টা মাওবাদী।
  • পুৱাৰে পৰা দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ।
  • মাওবাদীৰ গুলীত আহত হৈছে দুজন নিৰাপত্তাৰক্ষী।
  • আহত নিৰাপত্তাৰক্ষী দুজনক নিয়া হৈছে চিকিতসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in