ছ্ত্তীশগড়ত নিৰাপত্তাৰক্ষী-মাওদাবীৰ সংঘৰ্ষ, নিহত ২

ছ্ত্তীশগড়ত নিৰাপত্তাৰক্ষী-মাওদাবীৰ সংঘৰ্ষ, নিহত ২
  • ছত্তীশগড়ত নিহত ২ মাওবাদী।
  • নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত মাওবাদীদ্বয়।
  • ছত্তীশগড়ৰ ছুকমাত সংঘটিত হৈছিল এই সংঘৰ্ষ।
  • নিহত মাওবাদী দুজনৰ পৰা দুটা ৰাইফল উদ্ধাৰ কৰিছে নিৰাপত্তাৰক্ষীয়ে।
  • উল্লেখ্য যে, বীজাপুৰতো নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছিল ৫জনকৈ সন্ত্ৰাসবাদী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in