শেহতীয়া খবৰ
দিল্লীৰ হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৩৮জনলৈ বৃদ্ধি, তদন্তৰ বাবে গঠন বিশেষ অনুসন্ধানকাৰী দল...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  অৰবিন্দ কেজৰিৱালঃ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত যদি আপৰ নেতা-কৰ্মী জড়িত তেন্তে...  •  সৰুপথাৰত অস্ত্ৰ শস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ...  •  দিল্লীৰ হিংসা ঘটনাত কোনো আপ নেতা দোষী সাব্যস্ত হ’লে দুগুণ শাস্তি বিহা হ’বঃ মুখ্যমন্ত্ৰী কেজৰিৱাল  •  অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ...  •  মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রাবাসত আক্ৰমণৰ ঘটনাঃ নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ...VIDEO

গুৱাহাটীলৈ আহি আছে ছাৰ্জিল ইমাম…

291

ডিজিটেল ডেস্কঃ গুৱাহাটীলৈ অনা হ’ব ছাৰ্জিল ইমামক। অসম-উত্তৰ পূৰ্বক দেশৰ পৰা বিচ্ছিন্ন কৰাৰ কথা কৈছিল ছাৰ্জিল ইমামে। তাৰ পিছতে সৃষ্টি হৈছিল প্ৰতিবাদৰ। সকলো লোকে ছাৰ্জিলক গ্ৰেপ্তাৰ কৰি তেওঁৰ মন্তব্যৰ বাবে শাস্তি দিয়াৰ দাবী জনাইছিল।

আন আন দাবীৰ সমান্তৰালকৈ অসম আৰক্ষীয়েও ছাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সেই অনুসৰিয়েই গুৱাহাটীলৈ আনি ছাৰ্জিল ইমামক ২০ ফেব্ৰুৱাৰীত হাজিৰ কৰিব লাগিব গুৱাহাটীৰ আদালতত।

উল্লেখ্য যে, এক সূত্ৰই জনোৱা অনুসৰি ছাৰ্জিলক গুৱাহাটী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে। বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ছাৰ্জিল ইমাম।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি