চৰাইদেউৰ টেঙাপুখুৰীত হত্যাকাণ্ড…

চৰাইদেউৰ টেঙাপুখুৰীত  হত্যাকাণ্ড…
  • চৰাইদেউৰ টেঙাপুখুৰী লাহন গাঁৱত যোৱা নিশা এক হত্যাকাণ্ড সংঘটিত হয়।
  • গোলাপ ফুকন নামৰ এজন ব্যক্তিজনক চোকা অস্ত্ৰৰে হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় দুস্কৃতিকাৰীয়ে।
  • মৃত গোলাপ ফুকনৰ ঘৰ টেঙাপুখুৰী আৰক্ষী চকী অন্তৰ্গত মোহন গাঁৱত ।
  • এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
  • তেওঁ লাহন গাঁৱৰ কিছু নিলগত থকা খেতিপথাৰৰ পৰা চাইকেলেৰে ঘৰলৈ ঘুৰি অহা সময়ততে এই হত্যাকাণ্ডটো সংঘটিত হয় ।
  • ঘটনাৰ সন্দৰ্ভত পৰিয়ালবৰ্গই আৰক্ষীক এজাহাৰ দাখিল কৰিছে ।
  • আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in