গণৰাজ্য ‌দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বিস্ফোৰণ…

গণৰাজ্য ‌দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বিস্ফোৰণ…
  • গণৰাজ্য ‌দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত অঘটন।
  • সাপেখা‌তীত বোমা বিস্ফোৰণ।
  • যাক কেন্দ্ৰ কৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।
  • সোমবাৰে নিশা সাপেখা‌তী চাৰিআলিৰ সমীপত সংঘটিত হয় এই ঘটনা।
  • নিশা প্ৰায় ১১.৩০ বজাত এই বিস্ফোৰণ সংঘটিত হয়।
  • বিস্ফোৰণৰ পিছতে এটা গাঁতৰ সৃষ্টি হৈছে।
  • বিস্ফোৰণ কোনে সংঘটিত কৰিলে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in