চৰাইদেউৰ আজৱ এটা দমকলঃ ২৪ঘন্টাই ওলাই থাকে পানী, চাওঁক VIDEO…

চৰাইদেউৰ আজৱ এটা দমকলঃ ২৪ঘন্টাই ওলাই থাকে পানী, চাওঁক VIDEO…

ডিজিটেল ডেস্কঃ নিজে নিজেই পানী ওলাই থকা এটা দমকল। কোনো মানুহে হাত নলগালেও এই বিশেষ দমকলটোৱেদি অনৰ্গলভাৱে ওলাই থাকে পানী। এইখন অসমৰে চৰাইদেউ বাগিচাৰ ১০নং ঘৰত আছে এই আজৱ দমকলটো। ২৪ঘন্টাই দমকলটোৱেদি পানী ওলাই থকা এই দৃশ্য চাবলৈ ইতিমধ্যে বহুতে ভিৰ কৰিছে এই ঘৰখনত। ইমদাদ আহমেদৰ নামৰ লোকজনৰ ঘৰৰ এই বিশেষ দমকলটোৰ ভিডিঅ চাওকঃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in