শেহতীয়া খবৰ
অৱসৰপ্ৰাপ্ত জিলা আৰু চেচন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকৰ পৰলোকপ্ৰাপ্তি • নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ব্যাপক ভূমিস্খলন, আতংকিত ৰাইজ • কৃষ্ণাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ • এজন নহয়, অসমলৈ বিমানযোগে অহা ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ... • এজন নহয়, অসমলৈ বিমানযোগে অহা ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ... • ৰাজ্যত আৰু ৯জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • সৰ্থেবাৰীৰ পাৰাহকুছি-বতিয়াত বন্যাক্ৰান্তৰ হাহাকাৰ, সৰ্থেবাৰী-টিহু সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানীঃ যাতায়াত বিচ্ছিন্ন • ধনশিৰিত প্ৰথম বাৰৰ বাবে দুগৰাকী মহিলাসহ ১২ গৰাকী কোভিড ১৯ পজিটিভ • বুধবাৰে ধেমাজিত পঞ্চমজন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত... • ভাৰতৰ ৰঙা চকু দেখি ভয় খালে নেপালে...

চৰাইদেউৰ চফ্ৰাই নৈত গা-ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰৰ মৃতদেহ উদ্ধাৰ…

182

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ সমীপৰ চফ্ৰাই নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা মথুৰাপুৰ চাহ বাগিচাৰ দুই কিশোৰৰ এগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। মঙলবাৰে দিনৰ ভাগত মাইবেলাৰ দলঙৰ তলত পানীত উপঙি থকা অৱস্থাত স্থানীয় একাংশ ৰাইজে প্ৰত্যক্ষ কৰে।

উদ্ধাৰ কৰা মৃত কিশোৰ গৰাকীৰ নাম ৰাজা ভূমিজ। বৰ্তমানওৰ সন্ধান ওলোৱা নাই আনগৰাকী কিশোৰৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি