শেহতীয়া খবৰ
কংগ্ৰেছ সাংসদে কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত লেখ আবেদন..  •  এছ আই কেলংকাৰীৰ কিবা খবৰ আছে নেকি ? যোগাযোগ কৰক আৰক্ষীক...  •  পি কে দত্তৰ ড্ৰাইভাৰ আনোৱাৰক দৰমহা দিয়ে অসম আৰক্ষীয়ে!  •  মৃত্যুদুতলৈ পৰিণত মৰিয়নি-মোককচাং পথঃ তিনি হেজাৰ ফুট তলত পৰিল ট্ৰাক...  •  ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ'লৰ বাকৰিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্য্যসূচী...  •  সৰভোগত ২০১৮-১৯ বৰ্ষৰ আছুতীয়া পুঁজিৰ অনুদান বিতৰণ বিধায়ক ৰঞ্জিত দাসৰ...  •  ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰৈ থকা ট্ৰাকত বাহনে মাৰিলে খুন্দা, নিহত প্ৰসূতীসহ ৭জন...  •  একালৰ মুখ্যমন্ত্ৰীৰ সতীৰ্থ, আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গৌতম ৰায়ৰ মৃত্যু...  •  বৰপেটাৰ ভেল্লাত হস্তনিৰ্মিত ৰিভ'লভাৰ সহ তিনিজনক গ্ৰেপ্তাৰ..  •  দ্ৰুতবেগী মালবাহী ৰে'লৰ খুন্দাত দুটাকৈ বন্যহস্তীৰ মৃত্যু...

চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক

90

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ এঙেৰা অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি অহা এটা উদঙীয়া গোণা ম’হৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আহত হয়৷ আহত লোকজনৰ নাম দেৱপ্ৰসাদ কোঁৱৰ৷ আঘাতপ্ৰাপ্ত যুৱকজনক ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্ত্তি কৰায়৷

অঞ্চলটোত কেইদিনমান ধৰি আতংক সৃষ্টি কৰা উদঙীয়া ম’হটোক ধৰিবলৈ একাংশ লোকে চেষ্টা চলোৱা সময়তে যুৱকজনক ম’হটোৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি