চৰাইদেউত অসম বন্ধ প্ৰভাৱ সৰ্বাত্মক

চৰাইদেউত অসম বন্ধ প্ৰভাৱ সৰ্বাত্মক

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত অসম বন্ধ প্ৰভাৱ সৰ্বাত্মক৷ শনিবাৰে পুৱা ৫ বজাৰ পৰা টাই আহোম যুৱ- পৰিষদে আহ্বান জনোৱা বন্ধ সময়ছোৱাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দোকান পোহাৰ, যাতায়ত, বিত্তীয় প্ৰতিষ্ঠান, ডাকঘৰ, চৰকাৰী আৰু বে- চৰকাৰী কাযালয় বন্ধ থকা পৰিলক্ষিত হয়৷

বন্ধ সময়ত কোনো অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহন কৰা দেখিবলৈ পোৱা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in