কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা… VIDEO

কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা… VIDEO
  • কেবৰ বিৰুদ্ধে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ।
  • চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা৷
  • জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এই প্ৰতিবাদ সংগঠনটোৰ৷
  • মথুৰাপুৰস্থিত আছুৰ কাৰ্যালয়ৰ সন্মুখত এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ৷
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in