ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অৰ্ধশতাধিক মহিলাৰ চাফাই অভিযান…

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অৰ্ধশতাধিক মহিলাৰ চাফাই অভিযান…
  • বুধবাৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ প্ৰাংগনত চাফাই অভিযান।
  • স্থানীয় মহিলাসকলৰ উদ্যোগত এই চাফাই অভিযান।
  • হাতে হাতে ঝাড়ুলৈ ওলাই আহে প্ৰায় অৰ্ধশতাধিক মহিলা।
  • মৈদাম ক্ষেত্ৰৰ সন্মুখৰ লগতে মৈদামৰ প্ৰৱেশ পথৰ দুয়ো কাষে পৰিষ্কাৰ কৰি তোলে ৷
  • এই স্বচ্ছ অভিযান কাৰ্যসূচীত স্থানীয় মহিলা আত্মসহায়ক গোটে সহযোগ কৰে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in