শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

চৰাইদেউত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ…

322
  • ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশজুৰি লকডাউন।
  • লকডাউনৰ চৰাইদেউ জিলা প্ৰশাসন আৰু খাদ্য অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এক অধিসূচনা।

  • অত্যাৱশ্যকীয় সামগ্ৰী মূল্যৰ ক্ষেত্ৰত জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ অধিসূচনা।
  • অধিসূচনাত উল্লেখ কৰা হৈছে যে, সামগ্ৰী সমূহ পাইকাৰী আৰু খুচুৰা বিক্ৰেতাই নিৰ্দ্ধাৰিত দামত কৈ বেছি দামত বিক্ৰী কৰিব নোৱাৰিব।

  • উল্লেখযোগ্য যে, এই অধিসূচনা ৩০ মাৰ্চ, ২০২০লৈকে কাৰ্যকৰী হ’ব ৷
  • পৰৱৰ্তী সময়ত পুনৰ সামগ্ৰীসমূহৰ দাম নিৰ্দ্ধাৰণ কৰা হ’ব৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি