চৰাইদেউত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ…

চৰাইদেউত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ…
  • ক'ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশজুৰি লকডাউন।
  • লকডাউনৰ চৰাইদেউ জিলা প্ৰশাসন আৰু খাদ্য অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এক অধিসূচনা।
  • অত্যাৱশ্যকীয় সামগ্ৰী মূল্যৰ ক্ষেত্ৰত জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ অধিসূচনা।
  • অধিসূচনাত উল্লেখ কৰা হৈছে যে, সামগ্ৰী সমূহ পাইকাৰী আৰু খুচুৰা বিক্ৰেতাই নিৰ্দ্ধাৰিত দামত কৈ বেছি দামত বিক্ৰী কৰিব নোৱাৰিব।
  • উল্লেখযোগ্য যে, এই অধিসূচনা ৩০ মাৰ্চ, ২০২০লৈকে কাৰ্যকৰী হ'ব ৷
  • পৰৱৰ্তী সময়ত পুনৰ সামগ্ৰীসমূহৰ দাম নিৰ্দ্ধাৰণ কৰা হ'ব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in