চৰাইদেউত ভয়ংকৰ পথ দূঘটনাঃ ঘটনাস্থলীত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ…

চৰাইদেউত ভয়ংকৰ পথ দূঘটনাঃ ঘটনাস্থলীত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ…

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ অভয়পুৰত দেওবাৰে বিয়লি চৰাইদেউ জিলাৰ অভয়পুৰ অঞ্চলত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ২০ গৰাকী যাত্ৰী আহত হয় ৷ দুৰ্ঘটনাৰ খবৰ পাই দুৰ্ঘটনাস্থলীত সোণাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লোৱা লগতে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে ৷ গুৰুতৰভাৱে জখম হোৱা যাত্ৰীসকলক উন্নত চিকিৎসা ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগ নিৰ্দেশ দিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in