অসম আৰক্ষীত ব্যাপক সালসলনি…

অসম আৰক্ষীত ব্যাপক সালসলনি…
  • অসম আৰক্ষীত ব্যাপক সালসলনি।
  • শোণিতপুৰৰ আৰক্ষী অধীক্ষক সঞ্জীৎ কৃষ্ণক কৰিমগঞ্জ আৰক্ষীৰ অধীক্ষকৰূপে বদলি।
  • শোণিতপুৰৰ নতুন আৰক্ষী অধীক্ষকৰূপে মুগ্ধজ্যোতি মহন্তক নিযুক্তি।
  • সুবোধ কুমাৰ সোণোৱালক ৰে'লৱে আৰক্ষীৰ অধীক্ষকৰূপে নিযুক্তি দিয়া হৈছে।
  • বঙাইগাঁৱৰ নতুন আৰক্ষী অধীক্ষক হ'ব সিংহৰাম মিলি।
  • অৰ্পণা এনক মাজুলীৰ আৰক্ষী অধীক্ষকৰূপে নিযুক্তি।
  • লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব শ্ৰীৰাজবীৰক।
  • হৰেকৃষ্ণ নাথক দ্বিতীয় এপিবিএনৰ অধিনায়কৰূপে বদলি কৰা হৈছে।
  • হীতেশ চন্দ্ৰ ৰায়ক নৱম এপিবিএনৰ অধিনায়কৰূপে নিযুক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in