শিক্ষা বিভাগৰ পৰা আতৰালে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক, পুনৰ শিক্ষা মন্ত্ৰী হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা

শিক্ষা বিভাগৰ পৰা আতৰালে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক, পুনৰ শিক্ষা মন্ত্ৰী হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা
  • সোণৱাল মন্ত্ৰীসভাৰ দপ্তৰ সালসলনি।
  • সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছতে দপ্তৰ সালসলনি।
  • শিক্ষা বিভাগৰ দায়িত্বৰ পৰা আঁতৰালে সিদ্ধাৰ্থ ভট্টাচাৰ্যক।
  • এতিয়া সমবায় আৰু গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থাকিব সিদ্ধাৰ্থ ভট্টাচাৰ্য।
  • শিক্ষা বিভাগৰ অতিৰিক্ত দায়িত্ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া বুলি জানিব পৰা গৈছে।
  • যোগন মহনক দিয়া হৈছে শক্তি বিভাগৰ দায়িত্ব।
  • ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰীৰূপেও দায়িত্ব পালন কৰিব যোগেন মহনে।
  • চাহ শ্ৰম আৰু উন্নয়ন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে সঞ্জয় কিষাণক।
  • পীয়ুষ হাজৰিকাকো দিয়া হৈছে অতিৰিক্ত দায়িত্ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in