ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি

ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি
  • ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি।
  • কেইবাগৰকীও জিলা উপায়ুক্তক সালসলনি৷
  • গোলাঘাটৰ জিলা উপায়ুক্ত পদলৈ বদলি কৰা হৈছে ধীৰেণ হাজৰিকা৷
  • নগাঁৱৰ জিলা উপায়ুক্ত পদলৈ বদলি কৰা হৈছে যাদৱ শইকীয়া৷
  • ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পদলৈ বদলি কৰা হৈছে পল্লৱ ঝা৷
  • শিৱসাগৰৰ জিলা উপায়ুক্ত পদলৈ বদলি কৰা হৈছে ড০ লক্ষ্মাণন৷
  • মানৱেন্দ্ৰ সিঙক বদলি কৰা হৈছে ধেমাজিলৈ৷
  • দৰংৰ জিলা উপায়ুক্ত পদলৈ বদলি কৰা হৈছে ঘণশ্যাম দাসক৷
  • বিশ্বনাথলৈ বদলি কৰা হৈছে পি কে খাউণ্ডক।
  • চৰাইদেউলৈ বদলি দীপক সন্দিকৈক
  • ভাস্কৰ পেগুক বাক্সাৰ জিলা উপায়ুক্ত পদৰ দায়িত্ব৷
  • শোণিতপুৰৰ উপায়ুক্ত হিচাপে কৰা হৈছে ছাম্ভাজীক৷
  • নলবাৰীৰ জিলা উপায়ুক্ত পদত ভাৰত ভূষণ চৌধুৰী৷
  • কাছাৰলৈ বদলি কৰা হৈছে লয়া মাধুৰীক৷
  • যোৰহাটৰ দায়িত্ব লাভ কৰিছে কাৰাটীয়ে৷
  • বৰপেটালৈ বদলি কৰা হৈছে মুনিন শৰ্মা৷
  • হাইলাকান্দিলৈ বদলি কৰা হৈছে কীৰ্তিক৷
  • মেট্ৰ'ৰ দায়িত্ব দিয়া হৈছে বিশ্বজিৎ পেগু
  • হোজাইলৈ বদলি কৰা হৈছে তন্ময় গোঁহাইক৷
  • সংখ্যালঘুৰ কল্যাণ আৰু পৰ্যটন বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদক
  • ড০ আনোৱাৰউদ্দিন চৌধুৰীক হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম শিল্পৰ আয়ুক্ত সচিবৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি৷
  • আহমেদ হুছেইনক অসম চৰকাৰৰ খাদ্য আৰু অসমাৰিক যোগান বিভাগৰ আয়ুক্ত সচিব পদলৈ বদলি৷
  • জুলি সোণোৱালক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিবৰ অতিৰিক্ত দায়িত্ব পৰা অব্যাহতি৷
  • মলয় বৰাক অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সচিবৰ দায়িত্ব৷
  • পুৰু গুপ্তাক এ আই ডি চি পৰিচালন সঞ্চালক পদলৈ বদলি৷
  • মনোজ কুমাৰ ডেকাক অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ সঞ্চালক পদলৈ বদলি৷
  • পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব পদলৈ বদলি ৰুবী বৰাক৷
  • বীৰেন্দ্ৰ মিট্টালক অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব ৰূপে বদলি৷ পূৰ্বে তেওঁ কামৰূপ মহানগৰৰ উপায়ুক্তৰ দায়িত্বত আছিল৷
  • বিনোদ শেষানক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ লগতে আন কেইবাটাও অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি৷
  • নাৰায়ণ কোৱৰক স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in