শেহতীয়া খবৰ
বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...  •  দিল্লীৰ চৰকাৰী বিদ্যালয় ভ্ৰমণ কৰিব আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্পে, অনুষ্ঠানলৈ কেন্দ্ৰই নিমন্ত্ৰণেই নকৰিলে কেজৰিৱাল-চিছোদিয়াক...  •  পানেৰীৰ গুলীচালনাৰ ঘটনাক নিন্দা এবছু, নেমছুৰ, ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে আন্দোলনৰ হুংকাৰ  •  দণ্ডাধীশৰ পদ এৰি ৰে’লৰ চাকৰি লোৱা অসমৰ ২ বিষয়াৰ কাৰ্যালয়সহ ৪ ৰাজ্যৰ ১০ স্থানত চিবিআইৰ তালাচী  •  মৌলানা আবুল কালাম আজাদৰ মৃত্যু দিৱস পালন এবিএমছুৰ  •  অসমৰ প্ৰথমজন ক্ৰীড়া ফটো সাংবাদিক তৰনী কান্ত বৰ্মন আৰু নাই...  •  পানেৰীৰ ঘটনাক নেমছুৰ গৰিহণা, খাইৰুল হকৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী  •  এছিয়ান চেম্পিয়নশ্বিপত ৰবি কুমাৰ দাহিয়াৰ স্বৰ্ণ জয়...  •  বকোৰ ৰে'ল পথত ৰহস্যজনকভাৱে স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...

চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট…

17,385

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ সৈতে নিয়ন্ত্ৰণ কেন্দ্ৰ সংযোগ বিচ্ছিন্ন হোৱাৰ পাছৰে পৰা ভাৰতবাসীয়ে জনোৱা সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ইছৰ’ই। ইছৰ’ই টুইটাৰত লিখে- ‘আমাৰ সৈতে একেলগে থিয় হৈ থকাৰ বাবে ধন্যবাদ। ভাৰতবাসীৰ আশা আৰু সপোনৰ দ্বাৰা প্ৰেৰণা লাভ কৰি আমি আগবাঢ়ি যাম!’

উল্লেখ্য যে, চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ২.১ কিলোমিটাৰ উচ্চতাত থকা সময়তে বিচ্ছিন্ন হৈ পৰিছিল সংযোগ। আৰু তাৰ পাছৰে পৰা ইছৰ’ই পুনৰ সংযোগ স্থাপনৰ বাবে অহৰহ চেষ্টা চলাই আছে। ইফালে, সমগ্ৰ বিশ্বই ইছৰ’ৰ প্ৰশংসা কৰে চন্দ্ৰযান-২ৰ বাবে।  তদুপৰি প্ৰধানমন্ত্ৰী মোডীয়েও সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত কৈছিল- ‘মই আপোনালোকৰ সৈতে আছো। লগতে সমগ্ৰ দেশবাসী আপোনালকৰ সৈতে আছে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি