শেহতীয়া খবৰ
পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ  •  মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক...  •  ৫ কোটি টকীয়া ঢকুৱাখনা নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  •  চাবোনৰ কেচত ভৰাই ৰাখিছিল ৩০ লাখ টকাৰ হেৰোইন, কাছাৰত ৱাইন শ্বপৰ গৰাকীক আটক  •  ৮ জানুৱাৰীৰ পৰা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

আন এটা সুখবৰঃ সুকলমে আছে লেণ্ডাৰ বিক্ৰম…

8,757
  • সোমবাৰৰ দিনটোত ইছৰ’ৰ পৰা আহিছে আন এটা ভাল খবৰ।
  • সুকলমে আছে লেণ্ডাৰ বিক্ৰম।
  • কোনো ধৰণৰ হানি হোৱা নাই লেণ্ডাৰৰ।
  • ইছৰৰ কৰ্তৃপক্ষই সদৰি কৰিলে এই তথ্য।
  • আৰ্বিটাৰে প্ৰেৰণ কৰা ফটোত দেখা পোৱা গৈছে বিক্ৰমৰ ফটো।
  • পূৰ্বতে ধাৰণা কৰা হৈছিল যে, বিক্ৰমৰ কিছু অংশ ভাঙি গৈছে।
  • কিন্তু আৰ্বিটাৰে প্ৰেৰণ কৰা ফটোত তেনে কোনো দৃশ্য প্ৰত্যক্ষ কৰা নাই ইছৰোয়ে।
  • লেণ্ডাৰৰ সৈতে সংযোগ স্থাপন কৰাত ইছৰ’ৰ টীমে টেলিমেট্ৰিক ট্ৰেকিং আৰু কামাণ্ড নেটৰ্ৱকৰ জৰিয়তে চলাই আছে চেষ্টা।
  • বিক্ৰমৰ সৈতে সংযোগ স্থাপন হলেই সক্ৰিয় হৈ উঠিব ৰভাৰ প্ৰজ্ঞানো।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি