Published on:
Updated on:
- সোমবাৰৰ দিনটোত ইছৰ'ৰ পৰা আহিছে আন এটা ভাল খবৰ।
- সুকলমে আছে লেণ্ডাৰ বিক্ৰম।
- কোনো ধৰণৰ হানি হোৱা নাই লেণ্ডাৰৰ।
- ইছৰৰ কৰ্তৃপক্ষই সদৰি কৰিলে এই তথ্য।
- আৰ্বিটাৰে প্ৰেৰণ কৰা ফটোত দেখা পোৱা গৈছে বিক্ৰমৰ ফটো।
- পূৰ্বতে ধাৰণা কৰা হৈছিল যে, বিক্ৰমৰ কিছু অংশ ভাঙি গৈছে।
- কিন্তু আৰ্বিটাৰে প্ৰেৰণ কৰা ফটোত তেনে কোনো দৃশ্য প্ৰত্যক্ষ কৰা নাই ইছৰোয়ে।
- লেণ্ডাৰৰ সৈতে সংযোগ স্থাপন কৰাত ইছৰ'ৰ টীমে টেলিমেট্ৰিক ট্ৰেকিং আৰু কামাণ্ড নেটৰ্ৱকৰ জৰিয়তে চলাই আছে চেষ্টা।
- বিক্ৰমৰ সৈতে সংযোগ স্থাপন হলেই সক্ৰিয় হৈ উঠিব ৰভাৰ প্ৰজ্ঞানো।
Code:
Asomiya Pratidin
www.asomiyapratidin.in