শেহতীয়া খবৰ
পাকিস্তানৰ কাপুৰুষালি অব্যাহত! পুৱাৰে পৰা ভাৰতীয় সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ...  •  পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...

২২ জুলাইত জোনবাইলৈ উৰা মাৰিব চন্দ্ৰযান-২

233
  • চন্দ্ৰযান-২ প্ৰক্ষেপণৰ নতুন তাৰিখ ঘোষণা ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাৰ।
  • ২২ জুলাইৰ দিনৰ ২বাজি ৪৩ মিনিটত চন্দ্ৰলৈ উৰা মাৰিব চন্দ্ৰযান-২।
  • ইতিমধ্যে ১৫ জুলাইত চন্দ্ৰযান-২ৰ যান্ত্ৰিক বিজুতিৰ বাবে বাতিল কৰা হৈছিল যাত্ৰা।
  • মেৰামতি কৰা হৈছে বিজুতি হোৱা জি এছ এল ভি-৩ ৰ অংশ।
  • যোৱা ১৫ জুলাইত ৫৬ মিনিট ২৪ চেকেণ্ডৰ আগত বাতিল কৰা হৈছিল চন্দ্ৰযান-২ৰ যাত্ৰা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি