২২ জুলাইত জোনবাইলৈ উৰা মাৰিব চন্দ্ৰযান-২

২২ জুলাইত জোনবাইলৈ উৰা মাৰিব  চন্দ্ৰযান-২
  • চন্দ্ৰযান-২ প্ৰক্ষেপণৰ নতুন তাৰিখ ঘোষণা ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাৰ।
  • ২২ জুলাইৰ দিনৰ ২বাজি ৪৩ মিনিটত চন্দ্ৰলৈ উৰা মাৰিব চন্দ্ৰযান-২।
  • ইতিমধ্যে ১৫ জুলাইত চন্দ্ৰযান-২ৰ যান্ত্ৰিক বিজুতিৰ বাবে বাতিল কৰা হৈছিল যাত্ৰা।
  • মেৰামতি কৰা হৈছে বিজুতি হোৱা জি এছ এল ভি-৩ ৰ অংশ।
  • যোৱা ১৫ জুলাইত ৫৬ মিনিট ২৪ চেকেণ্ডৰ আগত বাতিল কৰা হৈছিল চন্দ্ৰযান-২ৰ যাত্ৰা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in